Assamese poem
Assamese.www.jitudas.com Lovestory.com
Popular Posts
-
যোৱা যদি মোক এৰি প্ৰেম নকৰো মই তোমাক এৰি যোৱা যদি মোক এৰি নলো মই চিপ জৰি যোৱা যদি মোক এৰি নাকন্দো মই তোমাক ভাবি যোৱা যদি মোক...
-
তুমি হয়তো মোক আজি কালি গুৰুত্ব নেদা কাৰন মই তোমাক বেছি গুৰুত্ব দিও হব সময় মোৰ বেয়া সেই বাবে মোক ব্লোক কৰিছা তুমি হোবো বহুত কস্ত পাও জানা কি...
-
এটা লাৰাই এজনী ছৱালীক বহুত ভাল পাইছিল তাইক প্ৰথম দেখাত ভাল লাগিছিল কিন্তু কব পৰা নাছিল এদিন ছৱালীজনী কলেজৰ পৰা আহি থাকতে তাইক মোৱাল নং তো ...
-
tumar kothabure sodai monot rakhim tumar sukhbur sodai bukut rakhim pahori goisa mur morom kidore dore thakim o morom abr nubujili ai h...
-
Aab tuje hum yad nehi karte aab tuje hum cal nehi karte tere liye hum nehi marte aab tuje hum msg nehi karte tere fikr aab hum nehi kar...
-
jibonot kaku bissakh nikriba jak tumi bissakh koriba shi a tmr bisssakh vangibo bohut nishthur ai pithibi
Assamese poem
Assamese poem
Tuesday, September 3, 2024
Assamese poem: Broken heart Line
Wednesday, March 8, 2023
New Eraning Andriod Aap
New Eran aap Daily RS 2000.
So You can cantect hury up
My Gmail (jitupriom143@gmail.com)
Wednesday, May 19, 2021
বেয়া লৰা
মই গুচি গলো দুৰত আৰো নাহো তোমাৰ গাওঁত
ভাল কে থাকিবা মই তো বেয়ায়ে আছিলো তোমাৰ
নমৰালৈ মনত ৰাখিম দুখবোৰ ভালকৈ ৰাখিম
জীৱনত সদায় দুখ দিছিলি ৰু মই সুখ দিছিলো
মনত নপৰিবো কাৰন মই তোমাৰ বেয়া আছিলো
মই মৰি মৰি জীয়াই তোমাক ভাল পাইছিলো
তোমাক সদায় চাম দুৰৰ পৰা মই জানো
জীৱনটোত চুপ হৈ থাকিলো
মা কান্দিছে মই দুখত থাকা বাবে
বহুত শুধিছে কি হৈছে মোৰ কি হৈছে কো নিজৰ বাবে
নকলো দুখ পাবো বুলি তুমি কল কৰা নাই বুলি দুখ কৰিছো বুলি ভাবিছে
মানুহটো মই ভাগি পৰিছো কিন্তূ মা সদায় মোৰ লগত থাকিলে
মই দুৰৰ ৰুমত থাকো যদিও ৰাতি আহি আহি মাত দি যায়
মা কান্দি কান্দি কৈছে বহুত বেয়া লাগিছে যানা তুমি
কৈছে যে তোমাক যিজনে দুখ দিছে অৱহেলা কৰিছে কৰক তুমি চাই থাক দিন সবৰে আহিব
তুমি আগবাৰিবো লাগিবো ছোৱালৱীয়ে যদি তোমক বুজি নাপাল তাইৰ ভুল
এদিন বুজি পাবো মোক কথা দে তুমি আৰু নাকান্দিবা অৱহেলা কৰিলেও
মা মই দেখাত বেয়া বাবে হয়তো সবে অৱহেলা কৰে
নহয় কোনে কৈছে বেয়া মোৰ লৰাজন বহুত ভাল
Monday, May 17, 2021
জিউ তুমি
কেতিয়াবা নিজকে নিজে লাগে মোৰ ঠাইত বেলগ হলে তাই বিয়া হলে হেতেন
কিন্তূ মোৰ হে বেয়া লাগে যদি বেলেগে বিয়া পাতি মোৰ দৰে মৰম নকৰে তোমাকে
তুমি সুখী হৈ থাকিলে মই সুখী হাহি থাকিবা দে মই সেই বাবে মোক বেলগ ছোৱালী নালাগে
প্ৰেমত পৰিবা কিন্তূ নিজত কে বেছি নহয় বি কন্ত্ৰল
Saturday, May 15, 2021
মোৰ বাবে একো নাই
মৃত্যুৰ পৰা বাৰে বাৰে জীয়াই উঠো
গৈ গৈ তাইৰে প্ৰেমত পৰি থাকো
ভাল কোলে বেয়া পোৱা মানুহ বহুত পাবা
কিন্তূ নিজত কে বেচি মৰম কৰা মানুহ কত নাপা
চাওঁ যদি পাৰো আতৰি আহিম মই বেয়া না
বহুত কান্দিলো আজি বহুদিন মুৰত অকলে
হে ভগৱান মোৰ দৰে তাই কিয় মোক মৰম নকৰে
এদিন হেৰেই যাম
Wednesday, May 12, 2021
তোমাৰ সমান হব কোন মোৰ
তোমাৰ সমান মৰম দিবো কোন
কাষত থাকিলে বহুত ভাল লাগে
তোমাক চাই চাই মোৰ বহুত ভাল লাগে
জিউক মৰম কৰি থাকতেই গধুলী হলে
যিমান ভাল পাও সিমান মনত পৰে
মোৰ নহলে আনৰ হবা মই দুখ নকৰো
তুমি সুখী হলে মই সুখী হাঁহি হাহি যাবা মানা নকৰো
জীৱনতো সুখ আৰু দুখৰে তাত দুখবোৰ মই হে পালো
কোনো আশা নাই কোনো অভিযোগ নাই তোমাৰ বাবে অকলে আহিছিলো অকলে থাকিম তোমাৰ বাবে
মই আগতে যাম সবকে এৰি থাকিবা তুমি সদায় হাহি
মই মৰিলেও তোমাৰ কাষতে থাকিম চাবা তুমি
কেতিয়াবা বতাহ হৈ কেতিয়াবা বৰষুণ হৈ তোমাক মাতিম
মোৰ সুখৰ স্তেচন তুমি এ আছিলা জানানে মনি
এতিয়া আৰু সুখৰ গাড়ীখন মোৰ বাবে নৰখে
সেই সুখী গাড়ীখন এতিয়া বেলেগে পালে
বহুত চিয়ৰো নিজানত গৈ ভগবানৰ লগত
কেতিয়াবা ভাবো মই নিজে পাপী নেকি ?
কিয় মই যাক ভাল পাও শেষত ত্যাগ মোৰ হে পৰে
মই সঁচা নে মোৰ মৰম সঁচা তাকে প্ৰ্শ্ন বহুত আহে
Monday, March 8, 2021
Monday, March 1, 2021
Thursday, February 4, 2021
Friday, January 22, 2021
মৃত্যু
মই ভাল পাওঁ তোমক
তুমি ভাল পোৱা আনক
তোথাপি ভাল পাও তোমাক
তুমি অৱহেলা কৰা মোক
মৰম মোৰ তামাক লৈয়ে সোপন মোৰ তোমাক লৈয়ে
আপোন বুলি হিয়াৰ তুমিয়ে মোৰ
পৰ বুলি আৱহেলিতো পাত্ৰ বুলি মইয়ে তোমাৰ
বহুত মৰম কৰো নিজতকৈ বেচি ভাবো
তুমি বহুত ঘৃণা কৰো কিবা পাগল বুলি ভাবা জানো
যিমান মৰম মোৰ আছে তোমাৰ বাবে
কেতিয়াও তাইৰ নাথাকিবো মৰম মোৰ বাবে
সদায় তাইক মই সন্মান আৰু পুজা কোৰো
মই তোমাকো মোৰ ভগৱান বুলি ভাবো
ভালে ভালে যেন সুখত থাকে হাঁহি তাকে ভাবো
অলপ মৰম বিচিৰি হাহাকাৰ কৰো
ৰাতি যে তাইৰ মাত নুশুনিলে টোপনি নাহে
কেতিয়াও নকলো কাকো অকল চকুলো আহে
হে মোৰ অন্ধকাৰ আৰু কিমান কৰিম হাহাকাৰ
এতিয়া তোমাৰ মৰম নাই মোৰ বাবে অলপমান
বহুত মৰম দিছা মোৰ জিউ আৰু নালেগে সিমান
মৃত্যু কত আছা তুমি আজি কাষত আহিলি যিমান
মই ভয় নকৰো আহিবা লৈ যাবা অকমান
মানুহক লৈ যোৱাত কৈ মোক নিবা মই যাম
শান্তি নিবিচাৰো পৃথিৱীত দুখ হে পালো
তোমাৰ সচা মৰম বিচাৰি ভাগৰি গোলো
মৰম কাৰ কিমান এতিয়া গম পালো
সেয়ে আজি অকলে ৰলো কোনেও নাহে
মোক মৰমৰ মাত কেতিয়াও কেনেও নিদিয়ে
নিজতকৈ বেচি যেতিয়া তোমাক চালো
তেতিয়া নিজানত গৈ মই চিঞৰি পালো
ভালকৈ মৰমত তোমাক মাতো পুতো
জীৱনত তোমাক চাই বেচিকৈ হাঁহো
হেপাহ নাই জীয়াই থকাৰ মোৰ...জানো
তাই সুখত থাকক সদায় মই নাথাকো এয়ে ভাবো
সময়ে এদিন বুজাবো মই কিমান ভাবো
মোৰ বাবে নাই তাইৰ সিতানৰ গাৰু
গালি দিয়ে মোক মই পিতলৰ খাৰু
ভকত নহয় পন্দিতো নহয় মই কিবিতা লিখো
লিখকো নহয় তোথাপি ৰচনা কোৰো
তাইৰ বাবে মই সধাৰণ খিন মিন মানুহ
মোৰ বাবে তাই ভাল গুনী ধুনীয়া মানুহ
আধা মৰি আধা পৰি হাতত তোমাকে ধৰো
জীৱনত কে বেচি ভাল মই তোমাকে পালো
তুমি নহলে অকলে মই তোমাকে ভাবো
মাজে মাজে সোপনত দেখি সাবতি ধৰো
কলিজাতো মোৰ সদায় থাকিবা নে জানো
এদিন দেখিবা আনিমে তোমাক কথা দিলো
ধুমুহা বতাহ যিমানে নাহক কত নিদো যাবো
মোৰ তুমি মই অকলে যুজিম সহজে মই নমৰো
উসাহ চলি থাকিবো সিমান দিন মৰমো থাকিবো
মই মৰিলেও তুমি সুখৰ ৰাস্তা বনাই দি যাম ও
মই মৰিলেও তুমি বুলি মাতিম শেষ মাতটো ও
যদি তুমি online থাকিও ৰিপ্লে নেদো
মই তো ofline থাকিও মৰম কৰো
পুৱা ঠাণ্ডা তোথাপিও আহো ব্লোক খুলিবো
মৰম এনেকুৱা কেতিয়াবা নিজে ফালতু কৰো
আছলতে মই সহজ সৰল এটা লৰা জানো
আধা তোমাক দিছো মোৰ জীৱনটো
সদায় তোমাক মৰমতে ৰাখিম জানো
তৰা দিবো নোৱাৰিলেও মৰম দিম চুনো
ইমান ধুনীয়া মোৰ কলিজা পুতো
Tuesday, January 19, 2021
কাৰো আপোন নহলো
চকুৰ আতৰ হলে মনৰো আতৰ হয়
গম পালো মোৰ বাবে তোমাৰ মনত ঠাই নাই
মই কিবা মেচেজ দিলে ৰিপ্লে নাই তোমাৰে
আছলতে ভাল পাও বহুত বাবে মনে নামানে
কৰ অৱহেলা মৃত্যু নাহালৈ চাম তোমাকে
কোনেও নোৱাৰে এনেকুৱা মৰম কৰিবো
যিহেতু তোমাৰ প্ৰ্তিটো মাত কথা এৰিবো নোৱাৰো
পাৰিলে মই গলো হৈ গুচি নকৰিলো হৈ আমনি জানো
যেতিয়া গুচি যাম তেতিয়া পৃথিৱী এৰি যাম বুজিছো
ইমান মৰম কৰা পিছিতো যদি মই তোমাৰ নহোলো
তোথাপি মই তোমাৰ মনৰ আপোন নহলো
দিন তোমাৰ এতিয়া কৰা অৱহেলা চাই থাকিম
একফালীয়া মৰম মোৰ দুখ বহুত তোথাপি হাঁহিম
মোকো যিদি তুমি মোৰ দৰে কেয়াৰ কৰিলি হৈ
মোৰ বাবে যদি তুমি মৰমবোৰ ধালি দিলি হৈ
বেলেগক মেচেজৰ ৰিপ্লে দিয়ে ধুনীয়া হাতে দি
দে জীৱনটোয়ে মোৰ বহুত বেয়া জানমনি
বহুত আমনি কৰি থাকো চাবা আৰু নকোৰো আমনি
মই নাথাকিলেও তুমি সদায় থাকিবা হাঁহি
এতিয়া মই বহুত হয়তো বেয়া তোমাৰ বাবে
পাৰা যদি মাফ কৰি দিবি কেতিয়াও নিদিও আমনি
Thursday, January 14, 2021
Real love story 2021
কাকো কব নোৱাৰো মোৰ দুখ কিমান ?
যাক কও সব খুলি সিও নুবুজে সিমান !
কোনো এটা ভাল দিনট মোৰ দিন ভল নগল l
কেতিয়াবা কান্দি কেতিয়াবা গোটেই ৰাতি চকু মেলি ৰল
এনে মুখত সবে ভালে মাতে অন্তৰ দি কোনেও নামাতে
এনেও সব ওলতা যিজনে মৰম কৰে সি দুখ পায়
যিবিলাকে মুখতে মাতে সেইবিলাকে হে মৰম পায়
এতিয়া আৰু মৃত্যুৰ বাহিৰে কাকো ভাল নালাগে
সবে বহুত কথা শিকায় গৈছে যে ইয়াত কোনো কাৰো নহয়
কেতিয়াবা দিনৰ পৰা ৰাতিলৈ এষাৰ মাত শুনা বাবে ৰৈ আছিলো
কেতিয়াবা এদিনৰ পৰা সাত দিনলৈ এষাৰ মাত শুনা বাবে ৰৈ আছিলো
কোনো নাই মোৰ দৰে ইমান মৰম কৰা তোথাপি মই বেয়া হলো
সুখ বিচাৰি বিচাৰি যেন দুখ হে লৈ আছো মই নিজে নাজানো
যদি নিজৰ বুলি ভাবিলি হৈ মনটো ভাগি নিদিলি হৈ জানো
কিন্তূ মোৰ ভুল মই হে নিজৰ বুলি ভাবি সব শুনো
আজি বুজি পালো কোনো নহয় মই কাৰো
নাৰী এজনে ভাল পালে পুৰষজনে বিচৰা খিনি লাগে দিবো
কিন্তূ যাক মই গোটেই জীৱন মোৰ বুকত ৰাখো সিয়ে কথা নাপাতিল কিয় জানো ?
বহুত ভিৰৰ মাজোতো তাইক মই চিনি পাও কিন্তূ তাই নাপায় চিনি
মোৰ দৰে ইমান কস্ত পালে বুজিলি হয় দুখ কি বস্তূ
মোৰ দৰে নিজানত গৈ চিল্লালে গম পালি হৈ সচা মৰম কি?
মিছা নহয় সচা মোৰ মৰম জান বহুত ভাল পাও তোমাক
জানা
লিখিবো আছিলে বহুত মনৰ ক্থা কিন্তূ মনৰ লগতে গাটোও বেয়া হৈছে বহুত জানা
যদি জীয়াই থাকো তোমাকে লিখিম মই বুকৰ মজত মোৰ কলিজাতোকে ৰাখিম মই
তুমি নহলে বিহু সেমেকা
সৰু লৰাক যেনেকৈ মাকে বুজাই থৈ যায়
বাপা মই সোনকালে আহিম দে আহিম মই যাই
মোকো মোৰ কলিজাই বুজাই থৈ যায়
মই মেছজ কল নকৰালৈ তুমি নিজে মেছজ কল নকৰিবা বাই
মই তেতিয়া কান্দিছিলো বহুত যাক বহুত মৰম কৰো
তাই আজি বেলগৰ লগত থাকিবো সেয়ে থাকিবো নালাগে চাই
ভগৱান কি মৰম পালো যত মোৰ বুলি কব পাৰা মোৰ অধিকাৰ নাই
যত চুনু মুনু জান কলিজা মৰমত মাতা মোৰ কোনো অধিকাৰ নাই
মই মাথো তাইৰ বাবে বতাহৰ দৰে প্ৰেমিক কেতিয়াবা আহো আৰু কেতিয়াবা যাও
মই মাথো তাইক ভাল পাই গোলো আকাশৰ সমান বিশাল
আৰু তাই মোক উভতি নাছালে অলপো মনৰ পৰা
তাইক লৈ থকাৰ বহুত হেপাহ আছিল মোৰ মনৰ পৰা
ভগৱানে সব সুখে দিলে কিন্তু তাইক লৈ জীয়াই থাকিবোৰ সুখ নিদিল
কেতিয়াবা ইমান মৰম দিয়ে তেতিয়া সময়খিনি বহুত ভাল লাগে
সেইখিনি সময়ত মই কাকো চিনি নাপাও মাথো তাইকে চিনি পাও
তাই বিচৰা বস্তুটো দিবো নোৱাৰিলে মই বহুত কস্ত পাও
যদি বেলগৰ লগত গৈ সুখী হয় তাই তাকো দিম যাবো
মাথো তাই সুখী হওক তাই হাহি থাকক সদায় মোৰ জান হৈ
মাথো দুজেনে একলগে থাকিবো নাপালো কিন্তু মোৰ মনত সদায় থাকিবা
তোমাৰ আছিলো কিন্তূ তুমি ৰাখিবো নাজানিলা
হাতখন এৰি গলেও মই সদায় টানি ৰাখিচিলো নুবুজিলা
আছোলতে তুমি মোৰ নাছিলা কিন্তূ মই সদায় তোমাৰ আছিলো
২৪ ঘ্ন্টাই মাথো তোমাক ভাবিছিলো কিন্তূ তুমি ১ মিনিটো মুলৈ নাভাবো
নিজকে নিজে মই গালি দিচিলো কিন্তূ তোমাক গালি দিয়া নাছিলো
যদি পাও মই তোমাক ভাবিম বহুত ভ্যাগ্যবান আৰু তুমিও বহুত ভ্যাগ্যমতি
মই ৰৈ থাকিম ৰাতিলৈ তুমি কল কৰিবা বুলি সনকালে আহিবা মোৰ জানমনি
Thursday, January 7, 2021
মানুহ নহও মই
Wednesday, January 6, 2021
মাঘ বিহু খাবো নোৱাৰিলো জান
হঠাত তাইৰ ফোন আহিলে তুমি মোক এৰি যোৱা তুমি ভাল ছোৱালী পাবা লগে লগে মুৰত আকাশখন ভাগি পৰিল l কলে যে তাই নলাগে আমাৰ ঘৰত বিহু খাবো আহিবো তাৰ পিছত মই চকুলো পেলাই কলো নাযাও দে তুমি ভালকে খাবা I বহুত আশা আছিল ছাগলী মাংস লৈ গৈ তাইক ধুনীয়া কে বনাই খুৱাম আৰু আমাৰ ঘৰৰ মা বোনোৱা পিঠা লৈ গৈ তাইক খুৱাম কিন্তূ বিহু নাহোতে তাই মনটো ভাগি দিল আৰু কাপোৰ এজোৰো লৈ গৈ তাইক পিন্ধালো হৈ কিন্তূ নাপালো আৰু তাইৰ মাকৰ ভৰিত ধৰি এটা সেৱা কৰিম lমোৰ যেন কোনো এটা সুখৰ দিন সুখৰ নহয় তাইৰ মই সব কথা শুনো তাই মোক যাবো মানা কৰিছে আজি হব মই নিজে বহুত ভাগি পৰিছো বহুত ভাল পাও বাবে তাইৰ সুখৰ বাবে মই সব কাম কৰিচিলো যাতে তাইক আনি কস্ত নাপায় তাইৰ মাকক গোটেই জীৱন নিজৰ মাৰ দৰে ৰাখিবোৰ মন আছিল যাতে তাই কস্ত নাপায় কিন্তূ মই নোৱাৰিলো ভগৱান হাৰি গলো পুজা তিথীত সবে হাহিছিল যদিও মই কান্দিছিলো তোথাপি মই তাইৰ মনৰ হব নোৱাৰিলো যেতিয়াৰ পৰা ভাল পাইছিলো তাইৰ ভালৰ বাবে ভাবি গৈছিলো নিজৰ মানুহকো ইমান কেয়াৰ কৰা নাছিলো তাইক যিমান কৰিছিলো তাইৰ বেমাৰ হলে মোৰ টোপোনি নাহে তাই কান্দিলে মই থাকিবো নোৱাৰিছিলো আছিলো তাইৰ কাষত সদায় খেদি দিলেও কিন্তু বহুত কস্ত পাও যদিও কান্দি কান্দি ৰাতি পোহোৰ কৰিছিলো বহুত বহুত বহুত ভাল পাইছিলো তাইক আজি মোক খেদি দিছে আৰু সেয়ে বহুত বেয়া লাগি আছে মই যে বিহু খাবো নোৱাৰিম এইবাৰ তাই নহলে মোক বিহু নাহোতে দুখ দি গল আছলোতে মোৰ কপালে বেয়া l মই সেই বাবে বহুত দুৰত যাম নাযাও মইতো বহুত ভাল পাও তাই মোক সদায় দুখে দি গল মই সদায় দুৰৰ পৰা চাম তাইক আৰু জিউ বুলি মাতিম মোৰ জিউ মোৰ কলিজা ভগৱান মোৰ নহয় যদি কিয় ইমান কাষত আনি দুৰত লৈ গলি কেতিয়াও তাইক দুখ নিদিবি তাই সদায় যেন ভালকে ৰাখা l মই তো দুখ পোৱা বাবে জনম লৈছো আৰু কিবা দুখ দিবি মই সহি যাম যিমান দিন পাৰো যদি নোৱাৰো মৰি যাম
Friday, December 25, 2020
সুখ নাই এই জীৱনত
মোৰ মৰম এনে যত মোৰ বেবে মৰম নাই
মোৰ কপাল এনে যত মোৰ বাবে সুখ নাই
মোৰ সোপন এনে যত মোৰ দিথক নাই
মোৰ জীৱন এনে যত মোৰ বাবে হাঁহি নাই
মোৰ মৰম এনে যত মোৰ বাবে সময় নাই
মোৰ ঠিকনা এনে যত মোৰ বাবে ঠাই নাই
মোৰ দিন এনে যত মোৰ বাবে পোহৰ নাই
মোৰ ৰাতি এনে যত মোৰ চকুলো বৈ যাই
Tuesday, December 8, 2020
Moi matho tumar babe
তুমি হয়তো মোক আজি কালি গুৰুত্ব নেদা কাৰন মই তোমাক বেছি গুৰুত্ব দিও হব সময় মোৰ বেয়া সেই বাবে মোক ব্লোক কৰিছা তুমি হোবো বহুত কস্ত পাও জানা কি কৰিম কাকো কব নোৱাৰো তুমি কি কৰি আছা তোমাৰ বেমাৰ ভাল হল নে নাই একো খবৰ নাপোৱা হলো মই তোমাক নিজৰ বুলি হে গালি দিছিলো কিন্ন্তু সাত দিন মোক কস্ত দিলি তুমি পাৰিবি আগলৈও মোক কস্ত দিবো দে এই পৃথিৱী যাক বেছি মৰম দিবি সি বহুত কস্ত দিবো সেয়ে কাকো নিজত কে বহুত ভাল নাপাবি নহলে মোৰ দৰে চকুলো বোৱাবো লাগিবো l তুমি কেতিয়াও মোৰ নাছিলি কিন্তু মই সদায় তোমাৰে থাকিম সেয়ে মই দোষ নকৰিও তোমাক sory কো ইয়াকে কয় মৰম l মই যদিও তোমাৰ নহো মোৰ দুখ হব বহুত হয় কিন্তু তুমি পৃথিৱীত এনেকুৱা এজন মানুহক হেৰুৱাবি যি কেৱল তোমাকে ভাল পাইছিল সচা অন্তৰেৰে তুমি কোৱা কথা শুনিছিল আৰু তোমাৰ লগতে থাকিবো বিচাৰিচিল তোমাক এৰি কত যাবো নিবিচাৰিচিল কিন্তূ তুমি তাক অলপো নুবুজিলি l তুমি ভাল পোৱা সব কাম কৰি সি ভাল পাইচিল সি দুখ পাই যেতিয়া তুমি কল ৰিচিভ নকৰা আৰু বেলগৰ লগত বিজি থাকা অকলে কান্দে তোথাপি তোমাক একো নকয় কোনেও নোৱাৰে তাৰ সমান তোমাক মৰম কৰিবো সি কস্তত থাকিলেও তোমাক একো নকয় তুমি দুখ পাবি বুলি তোমাৰ
Saturday, June 6, 2020
Friday, April 10, 2020
অৱহেলা কৰে যদিও তাইকে ভাল পাই থাকিলো এতিয়া মাথো সোপোনহে দেখো কিন্তু দিথকত তাইক পোৱাৰ আশা বাদে দিলো বহুত নিজকে নিজে বুজালো তোথাপি মনে কেতিয়াবা অবুজন হৈ তাইক বিচাৰি
যায় আৰু তাইক লগ পালে মনে মোৰ বহুত ভাল লাগি
যায় কিন্তু বহুত কিবা কিবি কৈ ওচৰৰ পৰা আতৰি যায় তেতিয়া দুচকুৰে মাথো চকুলো বৈ যায় সেয়ে নিজে মনক বুজাই সান্তনা লোলো l পিছে জীৱনৰ উত্তৰ বিচাৰি হাবাঠুৰি খাইচো সচাকৈ তাই অলপো বুজি নাপায় মই হে বুকু খুলি তাইক ভাল পাবো শিকিলো কিন্তু তাই সদায় দুখ দিবো শিকিলে কেতিয়াও অলপ
মৰম নাপালো তাইৰ পৰা অলপ সুখ দিলে বহুত দুখ
দি মনটো ভাঙী যায় l প্ৰ্তিটো মুহূৰ্তত মই যে অকলশৰীয়া মোক মনত কৰি দিয়ে এনকেয়ে চলি থাকিলো বহুত যুঁজ কৰিলো তাইক পোৱাৰ বাবে কিন্তু
জিকিবো নোৱাৰিলো সঁচা মৰম পাবলৈ কোনে নো যুজ কৰে মই কৰিছিলো এনকৈ তাইৰ সুখ হব বুলি মই নিজে বুকুত দুখ লৈ আতৰি আহিলো যতে থাকা তুমি সুখী হোৱা l
Saturday, June 22, 2019
সচা প্ৰেম কাহীনী 2019
এদিন ছৱালীজনী কলেজৰ পৰা আহি থাকতে তাইক মোৱাল নং তো বিচাৰিলে আৰু তাই নং দিলে এনকৈ
দুয়োৰে প্ৰেম আৰাম্ভ হয় ছৱালীজনীক সদায় লগ ধৰা কৰিলে লৰাজনৰ ঘৰতো মাকে কোথাতো ?
গম পালে ছোৱালীজনীৰ মাক দেউতাকেও গম পালে l ছৱালীজনী দুখীয়া ঘৰ আছিল তাইৰ বহুত অভাৱ
অভিযোগ আছিল কিন্তু লৰাজনে সৰু job কৰিছিল 10000 টকাহে মাহত পাইছিল তাৰ পৰা লৰাজনৰ
নিজৰ ঘৰতো টকা দিব লাগে অৰু এফালে ছোৱালীজনী কলেজৰ খৰচ কেতিয়াবা আৰু চাউল নাথাকে কিন্তু লৰাজনে নিজে নাখাই তেওঁলোকোক খুৱাই এবাৰ ছোৱালীজনীৰ বেমাৰ হল ঘৰৰ মানুহে টকাৰ অভাৱৰ বাবে নিব নোৱাৰিলে লৰাজনে এখন বাইক লম বুলি টকা জমা কৰিছিল পিছত সেই টকাৰে ছৱালীক চিকিতস্যা কৰি ভাল কৰিল কিচুদিন যোৱাৰ পিছত ছোৱালীজনীয়ে লৰাজনৰ লগত
ভালকে ক্থা নাপাতা হল পিছত লৰাজনে জানিলে তাইৰ মাকে তাইক বেলগ লৰাৰ লগত বিয়া থিক কৰিলে
তেতিয়া লৰাজনে ছোৱালীজনীক কল কৰি কলে মই তোমাক ভাল পাও বহুত আজি ২বছৰে তোমাৰ বাহিৰে মই বেলগ ছাৱালীক ছোৱা নাই তুমি কেনেকৈ বেলগৰ হবা পাৰিবা জানো তুমি! ছোৱালীয়ে কলে মই
তোমাত কে বহুত ভাল লৰা পাইচো তাৰ বাইক আছে গাড়ী আছে সি মোক সুখত ৰাখিব পাৰিব
লৰাজনে কলে থিক আছে জান মোৰ এতিয়া প্ৰোয়জন নহোৱা হল মই এটা কাথা শিকিলো
মানুহক প্ৰোয়জনত হে লাগে থিক আছে তুমি সুখত থাকা মোৰ লগত আহিলে জান দুখ হে হব
তোমাৰ সুখত মোৰ সুখ i mis u i lv u realy তুমি বুজি নাপালা by
Saturday, December 29, 2018
Broken heart Line
aab tuje hum cal nehi karte
tere liye hum nehi marte
aab tuje hum msg nehi karte
tere fikr aab hum nehi karte
tuje dekh kar ab hum bat nehi karte
aab tuje hum chor diya tere hal pe
aab tuje hum payar nehi karte
aab tuje dekh ke hum udas nehi rehte
tere ane ka hum intizar nehi karte
aab tuje hum care nehi karte
me nehi koi aur tume sahte
tuje pane ki hum kosis nehi karte
aab tuje hum payar nehi karte
Saturday, December 22, 2018
pithibit belgok bissakh
nikoriba
karon jak cr koribi
shi a tumak khoti koribo
nijor lavor babe anok
bebohar nkriba
upokar korile napahoriba
jodi pap kora .papor fol
ai pithibite paba
beimanok maf nkriba
sodai val koriba
adin hole o fol paba
vale valok pai
khale jaborok pai
gayan shodai bilai
diba
andhar hole
pohor bisariba
shomoi misate shekh nkriba
hus thakote hori nam loba

Saturday, December 8, 2018
Monday, December 3, 2018
Sunday, December 2, 2018
Wednesday, November 28, 2018
Sunday, November 25, 2018
তোমাৰ অবিহনে
জিতু দাস (জিতু প্ৰিয়ম










