মই ভাল পাওঁ তোমক
তুমি ভাল পোৱা আনক
তোথাপি ভাল পাও তোমাক
তুমি অৱহেলা কৰা মোক
মৰম মোৰ তামাক লৈয়ে সোপন মোৰ তোমাক লৈয়ে
আপোন বুলি হিয়াৰ তুমিয়ে মোৰ
পৰ বুলি আৱহেলিতো পাত্ৰ বুলি মইয়ে তোমাৰ
বহুত মৰম কৰো নিজতকৈ বেচি ভাবো
তুমি বহুত ঘৃণা কৰো কিবা পাগল বুলি ভাবা জানো
যিমান মৰম মোৰ আছে তোমাৰ বাবে
কেতিয়াও তাইৰ নাথাকিবো মৰম মোৰ বাবে
সদায় তাইক মই সন্মান আৰু পুজা কোৰো
মই তোমাকো মোৰ ভগৱান বুলি ভাবো
ভালে ভালে যেন সুখত থাকে হাঁহি তাকে ভাবো
অলপ মৰম বিচিৰি হাহাকাৰ কৰো
ৰাতি যে তাইৰ মাত নুশুনিলে টোপনি নাহে
কেতিয়াও নকলো কাকো অকল চকুলো আহে
হে মোৰ অন্ধকাৰ আৰু কিমান কৰিম হাহাকাৰ
এতিয়া তোমাৰ মৰম নাই মোৰ বাবে অলপমান
বহুত মৰম দিছা মোৰ জিউ আৰু নালেগে সিমান
মৃত্যু কত আছা তুমি আজি কাষত আহিলি যিমান
মই ভয় নকৰো আহিবা লৈ যাবা অকমান
মানুহক লৈ যোৱাত কৈ মোক নিবা মই যাম
শান্তি নিবিচাৰো পৃথিৱীত দুখ হে পালো
তোমাৰ সচা মৰম বিচাৰি ভাগৰি গোলো
মৰম কাৰ কিমান এতিয়া গম পালো
সেয়ে আজি অকলে ৰলো কোনেও নাহে
মোক মৰমৰ মাত কেতিয়াও কেনেও নিদিয়ে
নিজতকৈ বেচি যেতিয়া তোমাক চালো
তেতিয়া নিজানত গৈ মই চিঞৰি পালো
ভালকৈ মৰমত তোমাক মাতো পুতো
জীৱনত তোমাক চাই বেচিকৈ হাঁহো
হেপাহ নাই জীয়াই থকাৰ মোৰ...জানো
তাই সুখত থাকক সদায় মই নাথাকো এয়ে ভাবো
সময়ে এদিন বুজাবো মই কিমান ভাবো
মোৰ বাবে নাই তাইৰ সিতানৰ গাৰু
গালি দিয়ে মোক মই পিতলৰ খাৰু
ভকত নহয় পন্দিতো নহয় মই কিবিতা লিখো
লিখকো নহয় তোথাপি ৰচনা কোৰো
তাইৰ বাবে মই সধাৰণ খিন মিন মানুহ
মোৰ বাবে তাই ভাল গুনী ধুনীয়া মানুহ
আধা মৰি আধা পৰি হাতত তোমাকে ধৰো
জীৱনত কে বেচি ভাল মই তোমাকে পালো
তুমি নহলে অকলে মই তোমাকে ভাবো
মাজে মাজে সোপনত দেখি সাবতি ধৰো
কলিজাতো মোৰ সদায় থাকিবা নে জানো
এদিন দেখিবা আনিমে তোমাক কথা দিলো
ধুমুহা বতাহ যিমানে নাহক কত নিদো যাবো
মোৰ তুমি মই অকলে যুজিম সহজে মই নমৰো
উসাহ চলি থাকিবো সিমান দিন মৰমো থাকিবো
মই মৰিলেও তুমি সুখৰ ৰাস্তা বনাই দি যাম ও
মই মৰিলেও তুমি বুলি মাতিম শেষ মাতটো ও
যদি তুমি online থাকিও ৰিপ্লে নেদো
মই তো ofline থাকিও মৰম কৰো
পুৱা ঠাণ্ডা তোথাপিও আহো ব্লোক খুলিবো
মৰম এনেকুৱা কেতিয়াবা নিজে ফালতু কৰো
আছলতে মই সহজ সৰল এটা লৰা জানো
আধা তোমাক দিছো মোৰ জীৱনটো
সদায় তোমাক মৰমতে ৰাখিম জানো
তৰা দিবো নোৱাৰিলেও মৰম দিম চুনো
ইমান ধুনীয়া মোৰ কলিজা পুতো