Popular Posts

Assamese poem

Assamese poem

Friday, December 25, 2020

সুখ নাই এই জীৱনত

 মোৰ মৰম এনে যত মোৰ বেবে মৰম নাই 

মোৰ কপাল এনে যত মোৰ বাবে সুখ নাই 

মোৰ সোপন এনে যত মোৰ দিথক নাই 

মোৰ জীৱন এনে যত মোৰ বাবে হাঁহি নাই 

মোৰ মৰম এনে যত মোৰ বাবে সময় নাই 

মোৰ ঠিকনা এনে যত মোৰ বাবে ঠাই নাই 

মোৰ দিন এনে যত মোৰ বাবে পোহৰ নাই 

মোৰ ৰাতি এনে যত মোৰ চকুলো বৈ যাই




No comments:

Post a Comment