Popular Posts

Assamese poem

Assamese poem

Thursday, January 7, 2021

মানুহ নহও মই

আজিৰ পৰা আৰু ভাত খাবো নোৱাৰা হলো হাঁ‌হিবো নোৱাৰা হোলো মই মন আজিৰ পৰা আৰু মৰি থাকিল মোক এৰি নাজাবা প্লিজ বুলি বহুত কৈছিলো কিন্তূ তাই নুশুনিলে সুখৰ কলাৰ টিউন ৰাখিচিলো তাকো ৰাখিবো
নোৱাৰিলো হে ভগৱান কিয় মোৰ কপালোত অলপ সঁ‌চা মৰম নিলিখিলি যাক নিজৰ বুলি ভাবো সি এদিনত এৰি গুচি যায় জীৱনটোত এটা ভালকৈ সুখৰ হাঁ‌হি মাৰিবো নোৱাৰিলো কিন্তূ বেলেগক হঁ‌হাই ৰাখিলো l মই কি দোষ কৰিছিলো কো ভগৱান কাৰো বেয়া কৰা নাই তোথাপি মই কিয়  বাৰে বাৰে সাস্তি পাও তুমি তো নিজে চাই আছা কোনে কি কি কৰিলে তোথাপি মই বেয়া তোমাৰ মনত কিয় মোক এই পৃথিৱীত জনম দিছিলি কিমান আৰু মোৰ মৰমৰ প্ৰ্মান চাবা মোক মাৰি লৈ যা মই আৰু নোৱাৰো দুখৰ বোজা সহিবো মা দেউতাৰ পৰা দুৰত কৰি দিছা তোথাপি মানি লৈছো যিটো লৈ অলপ হাঁ‌হিছিলো সেইটোও কাহি নিলি কি লৈ থাকিম  মোক
আৰু কেতিয়াও মানুহ হিচাপে জনম নিদিবি 

No comments:

Post a Comment