সচাই এজনী ছোৱালীক বহুত ভাল পাইছিলো কিন্তু তাইৰ কেতিয়াও আপোন হব নোৱাৰিলো সদায় তাই
অৱহেলা কৰে যদিও তাইকে ভাল পাই থাকিলো এতিয়া মাথো সোপোনহে দেখো কিন্তু দিথকত তাইক পোৱাৰ আশা বাদে দিলো বহুত নিজকে নিজে বুজালো তোথাপি মনে কেতিয়াবা অবুজন হৈ তাইক বিচাৰি
যায় আৰু তাইক লগ পালে মনে মোৰ বহুত ভাল লাগি
যায় কিন্তু বহুত কিবা কিবি কৈ ওচৰৰ পৰা আতৰি যায় তেতিয়া দুচকুৰে মাথো চকুলো বৈ যায় সেয়ে নিজে মনক বুজাই সান্তনা লোলো l পিছে জীৱনৰ উত্তৰ বিচাৰি হাবাঠুৰি খাইচো সচাকৈ তাই অলপো বুজি নাপায় মই হে বুকু খুলি তাইক ভাল পাবো শিকিলো কিন্তু তাই সদায় দুখ দিবো শিকিলে কেতিয়াও অলপ
মৰম নাপালো তাইৰ পৰা অলপ সুখ দিলে বহুত দুখ
দি মনটো ভাঙী যায় l প্ৰ্তিটো মুহূৰ্তত মই যে অকলশৰীয়া মোক মনত কৰি দিয়ে এনকেয়ে চলি থাকিলো বহুত যুঁজ কৰিলো তাইক পোৱাৰ বাবে কিন্তু
জিকিবো নোৱাৰিলো সঁচা মৰম পাবলৈ কোনে নো যুজ কৰে মই কৰিছিলো এনকৈ তাইৰ সুখ হব বুলি মই নিজে বুকুত দুখ লৈ আতৰি আহিলো যতে থাকা তুমি সুখী হোৱা l