যোৱা যদি মোক এৰি
প্ৰেম নকৰো মই তোমাক এৰি
যোৱা যদি মোক এৰি
নলো মই চিপ জৰি
যোৱা যদি মোক এৰি
নাকন্দো মই তোমাক ভাবি
যোৱা যদি মোক এৰি
নিনো মই যোৰ কৰি
যোৱা যদি মোক এৰি
নাযাও মই তোমাক এৰি
জিতু দাস (জিতু প্ৰিয়ম
No comments:
Post a Comment