মা কান্দিছে মই দুখত থাকা বাবে
বহুত শুধিছে কি হৈছে মোৰ কি হৈছে কো নিজৰ বাবে
নকলো দুখ পাবো বুলি তুমি কল কৰা নাই বুলি দুখ কৰিছো বুলি ভাবিছে
মানুহটো মই ভাগি পৰিছো কিন্তূ মা সদায় মোৰ লগত থাকিলে
মই দুৰৰ ৰুমত থাকো যদিও ৰাতি আহি আহি মাত দি যায়
মা কান্দি কান্দি কৈছে বহুত বেয়া লাগিছে যানা তুমি
কৈছে যে তোমাক যিজনে দুখ দিছে অৱহেলা কৰিছে কৰক তুমি চাই থাক দিন সবৰে আহিব
তুমি আগবাৰিবো লাগিবো ছোৱালৱীয়ে যদি তোমক বুজি নাপাল তাইৰ ভুল
এদিন বুজি পাবো মোক কথা দে তুমি আৰু নাকান্দিবা অৱহেলা কৰিলেও
মা মই দেখাত বেয়া বাবে হয়তো সবে অৱহেলা কৰে
নহয় কোনে কৈছে বেয়া মোৰ লৰাজন বহুত ভাল
No comments:
Post a Comment