Popular Posts

Assamese poem

Assamese poem

Friday, December 25, 2020

সুখ নাই এই জীৱনত

 মোৰ মৰম এনে যত মোৰ বেবে মৰম নাই 

মোৰ কপাল এনে যত মোৰ বাবে সুখ নাই 

মোৰ সোপন এনে যত মোৰ দিথক নাই 

মোৰ জীৱন এনে যত মোৰ বাবে হাঁহি নাই 

মোৰ মৰম এনে যত মোৰ বাবে সময় নাই 

মোৰ ঠিকনা এনে যত মোৰ বাবে ঠাই নাই 

মোৰ দিন এনে যত মোৰ বাবে পোহৰ নাই 

মোৰ ৰাতি এনে যত মোৰ চকুলো বৈ যাই




Tuesday, December 8, 2020

Moi matho tumar babe




তুমি হয়তো মোক আজি কালি গুৰুত্ব নেদা কাৰন মই তোমাক বেছি গুৰুত্ব দিও হব সময়  মোৰ বেয়া সেই বাবে মোক ব্লোক কৰিছা তুমি হোবো বহুত কস্ত পাও জানা কি কৰিম কাকো কব নোৱাৰো তুমি কি কৰি আছা তোমাৰ বেমাৰ ভাল হল নে নাই একো খবৰ নাপোৱা হলো মই তোমাক নিজৰ বুলি হে গালি দিছিলো কিন্ন্তু সাত দিন মোক কস্ত দিলি তুমি পাৰিবি আগলৈও মোক কস্ত দিবো দে এই পৃথিৱী যাক বেছি মৰম দিবি সি বহুত কস্ত দিবো সেয়ে কাকো নিজত কে বহুত ভাল নাপাবি নহলে মোৰ দৰে চকুলো বোৱাবো লাগিবো l  তুমি কেতিয়াও মোৰ নাছিলি কিন্তু মই সদায় তোমাৰে থাকিম সেয়ে মই দোষ নকৰিও তোমাক sory কো ইয়াকে কয় মৰম l মই যদিও তোমাৰ নহো মোৰ দুখ হব বহুত হয় কিন্তু তুমি পৃথিৱীত এনেকুৱা এজন মানুহক হেৰুৱাবি যি কেৱল তোমাকে ভাল পাইছিল সচা অন্তৰেৰে তুমি কোৱা কথা শুনিছিল আৰু তোমাৰ লগতে থাকিবো বিচাৰিচিল তোমাক এৰি কত যাবো নিবিচাৰিচিল কিন্তূ তুমি তাক অলপো নুবুজিলি l তুমি ভাল পোৱা সব কাম কৰি সি ভাল পাইচিল সি দুখ পাই যেতিয়া তুমি কল ৰিচিভ নকৰা আৰু বেলগৰ লগত বিজি থাকা অকলে কান্দে তোথাপি তোমাক একো নকয় কোনেও  নোৱাৰে তাৰ সমান তোমাক মৰম কৰিবো সি কস্তত থাকিলেও তোমাক একো নকয় তুমি দুখ পাবি বুলি তোমাৰ 
বেমাৰ হলে গোটেই ৰাতি টোপনি নাহে সদায় তোমাৰ ফোটো চাই সি তাৰ দিনটোৰ কাম আৰাম্ভ কৰে যেতিয়াৰ পৰা তাইক ভাল পাল ভালে পাই থাকিল বেয়া কেতিয়াও নাপালে তাই কিন্তু বেয়া পায় তোথাপি তাইকে বহুত ভাল পায় ভাবিছিলো ব্লোক যদি নুখোলে  একবাৰে অসম এৰি গুচি যাম তাইক আৰু কেতিও দেখা নেদিম l তোথাপি তাই এতিয়াও ভালকে কথা নাপাতে মৰমো ভালকৈ নকৰে কি কৰিম উপায় নাই এনেকৈয়ে বুকুত দুখ লৈ এতিয়া জীয়াই আছো l