Popular Posts

Assamese poem

Assamese poem

Thursday, February 4, 2021

তোমালৈ ৰৈ আছিলো মৰমৰ বাবে 
মা ও ৰৈ আছিল ভাত মই নোখোৱা বাবে 
মোবাইলটোও ভাবি আছিল কল কৰা বাবে
কিন্তূ মই অসুস্থ হৈ গোলো দুখৰ বাবে 
কান্দি কান্দি দুচকু জীৰনি নাপালে মনিৰ বাবে 
সেয়ে এতিয়া মন নাই খাবো পিয়াবোৰ বাবে 
কেতিয়া যে তোমাক লৈ সুখৰ ভাত খাম ভুকৰ বাবে
যিদিনা পাম তোমাক সিদিনা পেট ভৰাই চাম 
 তুমি মোক নাযাবা এৰি তোমাৰ দৰে কত পাম
মই তোমাৰ সব কাম কৰি দিম মোৰ ভগৱান
সোপন সব পুৰা কৰিম মৰম বহুত দিম 




No comments:

Post a Comment