Popular Posts

Assamese poem

Assamese poem

Thursday, January 14, 2021

তুমি নহলে বিহু সেমেকা

 সৰু লৰাক যেনেকৈ মাকে বুজাই থৈ যায় 

বাপা মই সোনকালে আহিম দে আহিম মই যাই

মোকো মোৰ কলিজাই বুজাই থৈ যায়

মই মেছজ কল নকৰালৈ তুমি নিজে মেছজ কল নকৰিবা বাই 

মই তেতিয়া কান্দিছিলো বহুত যাক বহুত মৰম কৰো 

তাই আজি বেলগৰ লগত থাকিবো সেয়ে থাকিবো নালাগে চাই

ভগৱান কি মৰম পালো যত মোৰ বুলি কব পাৰা মোৰ অধিকাৰ নাই 

যত চুনু মুনু জান কলিজা মৰমত মাতা মোৰ কোনো অধিকাৰ নাই 

মই মাথো তাইৰ বাবে বতাহৰ দৰে প্ৰেমিক কেতিয়াবা আহো আৰু কেতিয়াবা যাও 

মই মাথো তাইক ভাল পাই গোলো আকাশৰ সমান বিশাল 

আৰু তাই মোক উভতি নাছালে অলপো  মনৰ পৰা 

তাইক লৈ থকাৰ বহুত হেপাহ আছিল মোৰ মনৰ পৰা

ভগৱানে  সব সুখে দিলে কিন্তু তাইক লৈ জীয়াই থাকিবোৰ সুখ  নিদিল 

কেতিয়াবা ইমান মৰম দিয়ে তেতিয়া সময়খিনি বহুত ভাল লাগে 

সেইখিনি সময়ত মই কাকো চিনি নাপাও মাথো তাইকে চিনি পাও 

তাই বিচৰা বস্তুটো দিবো নোৱাৰিলে মই বহুত কস্ত পাও 

যদি বেলগৰ লগত গৈ সুখী  হয় তাই তাকো দিম যাবো 

মাথো তাই সুখী হওক তাই হাহি থাকক সদায় মোৰ জান হৈ 

মাথো দুজেনে একলগে থাকিবো নাপালো কিন্তু মোৰ মনত সদায় থাকিবা 

তোমাৰ আছিলো কিন্তূ তুমি ৰাখিবো নাজানিলা

হাতখন এৰি গলেও মই সদায় টানি ৰাখিচিলো নুবুজিলা

আছোলতে তুমি মোৰ  নাছিলা কিন্তূ মই সদায় তোমাৰ আছিলো 

২৪ ঘ্ন্টাই মাথো তোমাক ভাবিছিলো কিন্তূ তুমি ১ মিনিটো মুলৈ নাভাবো

নিজকে নিজে মই গালি দিচিলো কিন্তূ তোমাক গালি দিয়া নাছিলো 

যদি পাও মই তোমাক ভাবিম বহুত ভ্যাগ্যবান আৰু তুমিও বহুত ভ্যাগ্যমতি

মই ৰৈ থাকিম ৰাতিলৈ তুমি কল কৰিবা বুলি সনকালে আহিবা মোৰ জানমনি





No comments:

Post a Comment