Popular Posts

Assamese poem

Assamese poem

Saturday, June 22, 2019

সচা প্ৰেম কাহীনী 2019

এটা লাৰাই এজনী ছৱালীক বহুত ভাল পাইছিল তাইক প্ৰথম দেখাত ভাল লাগিছিল কিন্তু কব পৰা নাছিল
এদিন ছৱালীজনী কলেজৰ পৰা আহি থাকতে তাইক মোৱাল নং তো বিচাৰিলে আৰু তাই নং দিলে এনকৈ
দুয়োৰে প্ৰেম আৰাম্ভ হয় ছৱালীজনীক সদায় লগ ধৰা কৰিলে লৰাজনৰ ঘৰতো মাকে কোথাতো ?
গম পালে ছোৱালীজনীৰ মাক দেউতাকেও গম পালে l ছৱালীজনী দুখীয়া ঘৰ আছিল তাইৰ বহুত অভাৱ
অভিযোগ আছিল কিন্তু লৰাজনে সৰু job কৰিছিল 10000 টকাহে মাহত পাইছিল তাৰ পৰা লৰাজনৰ
নিজৰ ঘৰতো টকা দিব লাগে অৰু এফালে ছোৱালীজনী কলেজৰ খৰচ কেতিয়াবা আৰু চাউল নাথাকে কিন্তু লৰাজনে নিজে নাখাই তেওঁলোকোক খুৱাই এবাৰ ছোৱালীজনীৰ বেমাৰ হল ঘৰৰ মানুহে টকাৰ অভাৱৰ বাবে নিব নোৱাৰিলে লৰাজনে এখন বাইক লম বুলি টকা জমা কৰিছিল পিছত সেই টকাৰে ছৱালীক চিকিতস্যা কৰি ভাল কৰিল কিচুদিন যোৱাৰ পিছত ছোৱালীজনীয়ে লৰাজনৰ লগত
ভালকে ক্থা নাপাতা হল পিছত লৰাজনে জানিলে তাইৰ মাকে তাইক বেলগ লৰাৰ লগত বিয়া থিক কৰিলে
তেতিয়া লৰাজনে ছোৱালীজনীক কল কৰি কলে মই তোমাক ভাল পাও বহুত আজি ২বছৰে তোমাৰ বাহিৰে মই বেলগ ছাৱালীক ছোৱা নাই তুমি কেনেকৈ বেলগৰ হবা পাৰিবা জানো তুমি! ছোৱালীয়ে কলে মই
তোমাত কে বহুত ভাল লৰা পাইচো তাৰ বাইক আছে গাড়ী আছে সি মোক সুখত ৰাখিব পাৰিব
লৰাজনে কলে থিক আছে জান মোৰ এতিয়া প্ৰোয়জন নহোৱা হল মই এটা কাথা শিকিলো
মানুহক প্ৰোয়জনত হে লাগে থিক আছে তুমি সুখত থাকা মোৰ লগত আহিলে জান দুখ হে হব
তোমাৰ সুখত মোৰ সুখ i mis u i lv u realy তুমি বুজি নাপালা by