Popular Posts

Assamese poem

Assamese poem

Wednesday, January 6, 2021

মাঘ বিহু খাবো নোৱাৰিলো জান

 হঠাত তাইৰ ফোন আহিলে তুমি মোক এৰি যোৱা তুমি ভাল ছোৱালী পাবা লগে লগে মুৰত আকাশখন ভাগি পৰিল l কলে যে তাই নলাগে আমাৰ ঘৰত বিহু খাবো আহিবো তাৰ পিছত মই চকুলো পেলাই কলো নাযাও দে তুমি ভালকে খাবা I বহুত আশা আছিল ছাগলী মাংস লৈ গৈ তাইক ধুনীয়া কে বনাই খুৱাম আৰু আমাৰ ঘৰৰ মা বোনোৱা পিঠা লৈ গৈ তাইক খুৱাম কিন্তূ বিহু নাহোতে তাই মনটো ভাগি দিল আৰু কাপোৰ এজোৰো লৈ গৈ তাইক পিন্ধালো হৈ কিন্তূ নাপালো  আৰু তাইৰ মাকৰ ভৰিত ধৰি এটা সেৱা কৰিম lমোৰ যেন কোনো এটা সুখৰ দিন সুখৰ নহয় তাইৰ মই সব কথা শুনো তাই মোক যাবো মানা কৰিছে আজি হব মই নিজে বহুত ভাগি পৰিছো বহুত ভাল পাও বাবে তাইৰ সুখৰ বাবে মই সব কাম কৰিচিলো যাতে তাইক আনি কস্ত নাপায় তাইৰ মাকক গোটেই জীৱন নিজৰ মাৰ দৰে ৰাখিবোৰ মন আছিল যাতে তাই কস্ত নাপায় কিন্তূ মই নোৱাৰিলো ভগৱান হাৰি গলো পুজা তিথীত সবে হাহিছিল যদিও মই কান্দিছিলো তোথাপি মই তাইৰ মনৰ হব নোৱাৰিলো যেতিয়াৰ পৰা ভাল পাইছিলো তাইৰ ভালৰ বাবে ভাবি গৈছিলো নিজৰ মানুহকো ইমান কেয়াৰ কৰা নাছিলো তাইক যিমান কৰিছিলো তাইৰ বেমাৰ হলে মোৰ টোপোনি নাহে তাই কান্দিলে মই থাকিবো নোৱাৰিছিলো আছিলো তাইৰ কাষত সদায় খেদি দিলেও কিন্তু বহুত কস্ত পাও যদিও কান্দি কান্দি ৰাতি পোহোৰ কৰিছিলো বহুত বহুত বহুত ভাল পাইছিলো তাইক আজি মোক খেদি দিছে আৰু সেয়ে বহুত বেয়া  লাগি আছে মই যে বিহু খাবো নোৱাৰিম এইবাৰ তাই নহলে মোক বিহু নাহোতে দুখ দি গল আছলোতে মোৰ কপালে বেয়া l মই সেই বাবে বহুত দুৰত যাম নাযাও মইতো বহুত ভাল পাও তাই মোক সদায় দুখে দি গল মই সদায় দুৰৰ পৰা চাম তাইক আৰু জিউ বুলি মাতিম মোৰ জিউ মোৰ কলিজা ভগৱান মোৰ নহয় যদি কিয় ইমান কাষত আনি দুৰত লৈ গলি কেতিয়াও তাইক দুখ নিদিবি তাই সদায় যেন ভালকে ৰাখা l মই তো দুখ পোৱা বাবে জনম লৈছো আৰু কিবা দুখ দিবি মই সহি যাম যিমান দিন পাৰো যদি নোৱাৰো মৰি যাম 

Write by jitu priom


No comments:

Post a Comment