Popular Posts

Assamese poem

Assamese poem

Saturday, May 15, 2021

মোৰ বাবে একো নাই

 মৃত্যুৰ পৰা বাৰে বাৰে জীয়াই উঠো 

 গৈ গৈ তাইৰে প্ৰেমত পৰি থাকো 

ভাল কোলে বেয়া পোৱা মানুহ বহুত পাবা 

কিন্তূ নিজত কে বেচি মৰম কৰা মানুহ কত নাপা

চাওঁ‌ যদি পাৰো আতৰি আহিম মই বেয়া না 

বহুত কান্দিলো আজি বহুদিন মুৰত অকলে 

হে ভগৱান মোৰ দৰে তাই কিয় মোক মৰম নকৰে



No comments:

Post a Comment