চকুৰ আতৰ হলে মনৰো আতৰ হয়
গম পালো মোৰ বাবে তোমাৰ মনত ঠাই নাই
মই কিবা মেচেজ দিলে ৰিপ্লে নাই তোমাৰে
আছলতে ভাল পাও বহুত বাবে মনে নামানে
কৰ অৱহেলা মৃত্যু নাহালৈ চাম তোমাকে
কোনেও নোৱাৰে এনেকুৱা মৰম কৰিবো
যিহেতু তোমাৰ প্ৰ্তিটো মাত কথা এৰিবো নোৱাৰো
পাৰিলে মই গলো হৈ গুচি নকৰিলো হৈ আমনি জানো
যেতিয়া গুচি যাম তেতিয়া পৃথিৱী এৰি যাম বুজিছো
ইমান মৰম কৰা পিছিতো যদি মই তোমাৰ নহোলো
তোথাপি মই তোমাৰ মনৰ আপোন নহলো
দিন তোমাৰ এতিয়া কৰা অৱহেলা চাই থাকিম
একফালীয়া মৰম মোৰ দুখ বহুত তোথাপি হাঁহিম
মোকো যিদি তুমি মোৰ দৰে কেয়াৰ কৰিলি হৈ
মোৰ বাবে যদি তুমি মৰমবোৰ ধালি দিলি হৈ
বেলেগক মেচেজৰ ৰিপ্লে দিয়ে ধুনীয়া হাতে দি
দে জীৱনটোয়ে মোৰ বহুত বেয়া জানমনি
বহুত আমনি কৰি থাকো চাবা আৰু নকোৰো আমনি
মই নাথাকিলেও তুমি সদায় থাকিবা হাঁহি
এতিয়া মই বহুত হয়তো বেয়া তোমাৰ বাবে
পাৰা যদি মাফ কৰি দিবি কেতিয়াও নিদিও আমনি
No comments:
Post a Comment