তুমি হয়তো মোক আজি কালি গুৰুত্ব নেদা কাৰন মই তোমাক বেছি গুৰুত্ব দিও হব সময় মোৰ বেয়া সেই বাবে মোক ব্লোক কৰিছা তুমি হোবো বহুত কস্ত পাও জানা কি কৰিম কাকো কব নোৱাৰো তুমি কি কৰি আছা তোমাৰ বেমাৰ ভাল হল নে নাই একো খবৰ নাপোৱা হলো মই তোমাক নিজৰ বুলি হে গালি দিছিলো কিন্ন্তু সাত দিন মোক কস্ত দিলি তুমি পাৰিবি আগলৈও মোক কস্ত দিবো দে এই পৃথিৱী যাক বেছি মৰম দিবি সি বহুত কস্ত দিবো সেয়ে কাকো নিজত কে বহুত ভাল নাপাবি নহলে মোৰ দৰে চকুলো বোৱাবো লাগিবো l তুমি কেতিয়াও মোৰ নাছিলি কিন্তু মই সদায় তোমাৰে থাকিম সেয়ে মই দোষ নকৰিও তোমাক sory কো ইয়াকে কয় মৰম l মই যদিও তোমাৰ নহো মোৰ দুখ হব বহুত হয় কিন্তু তুমি পৃথিৱীত এনেকুৱা এজন মানুহক হেৰুৱাবি যি কেৱল তোমাকে ভাল পাইছিল সচা অন্তৰেৰে তুমি কোৱা কথা শুনিছিল আৰু তোমাৰ লগতে থাকিবো বিচাৰিচিল তোমাক এৰি কত যাবো নিবিচাৰিচিল কিন্তূ তুমি তাক অলপো নুবুজিলি l তুমি ভাল পোৱা সব কাম কৰি সি ভাল পাইচিল সি দুখ পাই যেতিয়া তুমি কল ৰিচিভ নকৰা আৰু বেলগৰ লগত বিজি থাকা অকলে কান্দে তোথাপি তোমাক একো নকয় কোনেও নোৱাৰে তাৰ সমান তোমাক মৰম কৰিবো সি কস্তত থাকিলেও তোমাক একো নকয় তুমি দুখ পাবি বুলি তোমাৰ
বেমাৰ হলে গোটেই ৰাতি টোপনি নাহে সদায় তোমাৰ ফোটো চাই সি তাৰ দিনটোৰ কাম আৰাম্ভ কৰে যেতিয়াৰ পৰা তাইক ভাল পাল ভালে পাই থাকিল বেয়া কেতিয়াও নাপালে তাই কিন্তু বেয়া পায় তোথাপি তাইকে বহুত ভাল পায় ভাবিছিলো ব্লোক যদি নুখোলে একবাৰে অসম এৰি গুচি যাম তাইক আৰু কেতিও দেখা নেদিম l তোথাপি তাই এতিয়াও ভালকে কথা নাপাতে মৰমো ভালকৈ নকৰে কি কৰিম উপায় নাই এনেকৈয়ে বুকুত দুখ লৈ এতিয়া জীয়াই আছো l

No comments:
Post a Comment