Popular Posts

Assamese poem

Assamese poem

Saturday, May 15, 2021

এদিন হেৰেই যাম

বহুত আঘাত পাও জানা যেতিয়া তুমি কোৱা মোক মেছজ নকৰিবা ব্লোক কৰিম মাৰিম 
মই এনেও বেছিদিন জীয়াই থাকিবো নোৱাৰিম কাৰন 
মোৰ কোপালত তুমি নাই তুমিয়ে সুখত থাকিবা
জিউ আজিৰ পৰা আৰু মন মাৰি থাকিম 
চকুপানী বৈ গলেও মুচি দিবো মাৰ বাহিৰে কোনো নাই
আছলোতে মই বেয়া জানো তুমি ভাল মানুহৰ লগত থাকিবা
মই অলপ বেছি নিজৰ বুলি ভাবো বাবে তোমাক যি তি কোও তাৰ বাবে সোৰী সোৰী 
ভাত আজি কম খালো কাৰন দুখে জে মোক হেচি ধোৰে
বহুত যোৰ কোৰো মই না .... ..এজন মানুহৰ ওচৰত সৰু হোও সেইজনী হল তুমি
মায়ে মোক জীয়াই তুলে মই নিজে নিজে মৰিবো খুজো 
কিমান দুখ আছে কোনোও দেখা নাপায় যি দেখে  সি বেছিকৈ দুখ হে দিয়ে 
মই যিমান মৰম কোৰো তোমাক কোনেও নোৱাৰে সিমান কৰিবো 
তোমাৰ যিয়ে নহক কিয়ো তোমাৰ ওচৰত সদায় থাকিম 
কিমান খেদি দিয়া কেতিয়াও তো যোৱা নাই এৰি 
কাৰন খং  কৰিলেও বহুত বেয়া লাগে কিয়বা নাজানো 
যদি মৰম আছে এদিন হলেও কান্দিবা বহুত 
জীৱনত মাত কে তোমাৰ কথা শুনিছিলো আৰু ভয় খাইছিলো 


No comments:

Post a Comment