Popular Posts

Assamese poem

Assamese poem

Wednesday, May 19, 2021

বেয়া লৰা

 মই গুচি গলো দুৰত আৰো নাহো তোমাৰ গাওঁত

ভাল কে থাকিবা মই তো বেয়ায়ে আছিলো তোমাৰ

নমৰালৈ মনত ৰাখিম দুখবোৰ ভালকৈ ৰাখিম

জীৱনত সদায় দুখ দিছিলি ৰু মই সুখ দিছিলো

মনত নপৰিবো কাৰন মই তোমাৰ বেয়া আছিলো

মই মৰি মৰি জীয়াই তোমাক ভাল পাইছিলো

তোমাক সদায় চাম দুৰৰ পৰা মই জানো 



No comments:

Post a Comment